SocialApp Login App Preview SocialApp Log in to see photos and updates from your friends. Username or Email Password Show Log In OR Continue with Facebook Forgot password? Don't have an account? Sign up
Posts
once unit examination 2025 subject class EVS- V
- Get link
- X
- Other Apps
1. কেৱল উত্তৰ দিয়া: ক) আমাৰ দেশখনৰ নাম কি? ভাৰত খ) মৰুভূমিৰ বাহন কি? উট গ) এটা ধর্মীয় অনুষ্ঠানৰ নাম লিখা? পূজা/প্ৰাৰ্থনা ঘ) এটা জলজ উদ্ভিদৰ নাম লিখা? পদুম ঙ) এটা জৈৱিক উপাদানৰ নাম লিখা? উদ্ভিদ/প্ৰাণী 2. উত্তৰ লিখা: ক) দুটা অজৈৱিক উপাদানৰ নাম লিখা? পানী, মাটি খ) দুখন ৰাজ্যৰ নাম লিখা? অসম, বিহাৰ গ) সৰ্বভোজী প্ৰাণীৰ দুটা উদাহৰণ দিয়া? মানুহ, ভালুক ঘ) দুটা সামাজিক অনুষ্ঠানৰ নাম লিখা? বিবাহ, বিহু ৩) দুটা অভয়াৰণ্যৰ নাম লিখা? কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান, মানস ৰাষ্ট্ৰীয় উদ্যান 3. খালী ঠাই পূৰ কৰা: ক) গৰম দিনত পাতল কাপোৰ পিন্ধো। খ) পৃথিৱীখন গোল। গ) গুৱাহাটীৰ চিৰিয়াখানাত বিভিন্ন প্ৰকাৰৰ জীৱ-জন্তু আছে। ঘ) জীয়াই থাকিবৰ বাবে খাদ্য, পানী আৰু আশ্ৰয় প্রয়োজন। ঙ) ভৈয়াম অঞ্চলবোৰ সমতল ভূমি। 4. Match the following: ক) বায়ুৰ চাপ - বেৰমিটাৰ (Air pressure - Barometer) খ) পাতল কাপোৰ - গৰম দিনত (Light clothes - In hot days) গ) বৰষুণৰ পৰিমাণ - ৰেইনগজ (Amount of rainfall - Rain gauge) ঘ) বায়ুৰ গতিবেগ - বায়ু মোজা (Wind speed - Wind sock) ঙ) বায়ুমণ্ডলৰ চাপ - থার্ম মিটাৰ (Atmospheric pressure - Thermometer) 5. Name ...
- Get link
- X
- Other Apps
AJB Class 8 Assamese Solution Published@ 2025 CONTENT S. No AJB Solutions for Class 8 Assamese - All Chapters 1. বৰগীত 2.সৰস্বতীৰ বৰ 3.চৰিত্ৰ 4.অসমৰ আ-অলংকাৰ 5.ধূলি-কণা মই 6.সেতুবন্ধন 7.ৰাভা জনগোষ্ঠী আৰু ফাৰকান্তি উৎসৱ 8.নিশাচৰ প্ৰাণীবোৰ 9.হিংশা নকৰোঁ কাকো 10.ভোকেন্দ্ৰ বৰুৱা 11.শিশুৰ বাবে ৰচিত সাহিত্য় 12.তৰুণৰাম ফুকণ 13.তেজীমলা 14.পুৰণি অসমৰ চিত্ৰকলা 15.প্ৰত্য়াগত 16.ভূমিকম্পৰ বিষয়ে অধ্য়য়ন 17.ভীম- বকাসুৰৰ যুদ্ধ 18.গুৰু গৃহত মাধৱ 19.সীতাৰ প্ৰতি ৰামৰ বচন 20.লাচিত বৰফুকণ
AJB Class 8 Assamese Chapter 1 Answer 2025 | বৰগীত। Lesson 1। Class 8 Assamese Jatiya Bidyalay Question Answer। Medium Assamese । জাতীয় বিদ্যালয় প্ৰশ্ন উত্তৰ ।
- Get link
- X
- Other Apps
পাঠ ১ মূল বস্ত-👇 বৰগীত 👉Text Books PDF 👉MCQ Online Exam 👉MCQs Answer 👉Paid Answer (For Membership User) অৰ্থৰ সৈতে চিনাকি হওঁ আহা: চান্দ = চন্দ্ৰৰ দৰে উজ্জ্বল । বয়ন = মুখ। বাৱ = বায়ু; বতাহ। কোকিল = কুলি। ৰাৱ = শব্দ; মাত। পৰশন = স্পৰ্শন, স্পৰ্শ কৰা কাৰ্য্য। তিমিৰ = অন্ধকাৰ, আন্ধাৰ, জ্ঞানহীন। নাশি = নষ্ট কৰি। ঘৃত = ঘিউ। পাঞ্চনী = এছাৰি, গৰু খেদা মাৰি। লহু লহু = লঘু লঘুকৈ, ধীৰে ধীৰে। গোষ্ঠে = গৰু চৰোৱা ঠাইলৈ, গৰু বন্ধা ঠাই বা খুঁটিলৈ। ডাকে = মাতে। সংগতি = লগৰীয়া। লেহু = লৈ। ১ । একোটিকৈ বাক্যত উত্তৰ লিখাঃ ক) যশােদা মাৱে কাক বাৰে বাৰে মাতিছে? উত্তৰঃ যশােদা মাৱে তেওঁৰ পুত্ৰ শ্ৰীকৃষ্ণক বাৰে বাৰে মাতিছে। খ) যশােদাই কৃষ্ণক লগত কি কি লৈ গৰু চৰাবলৈ যাবলৈ ...